Terms and Conditions / নিয়ম আৰু চৰ্ত
Last Updated: March 2026
English: Welcome to GaadiGuru. By accessing and using this website (gaadiguru.co.in), you agree to comply with these Terms and Conditions. If you do not agree with these terms, please do not use this website.
অসমীয়া: GaadiGuru লৈ স্বাগতম। এই ৱেবছাইট (gaadiguru.co.in) ব্যৱহাৰ কৰাৰ অৰ্থ হৈছে আপুনি এই নিয়ম আৰু চৰ্তসমূহ মানি লোৱা। যদি আপুনি এই নিয়মসমূহৰ সৈতে একমত নহয়, তেন্তে অনুগ্ৰহ কৰি এই ৱেবছাইট ব্যৱহাৰ নকৰিব।
1. Intellectual Property Rights / মেধাস্বত্ব অধিকাৰ
English: Unless otherwise stated, GaadiGuru owns the intellectual property rights for all material published on this website including articles, images, graphics and design. All rights are reserved.
অসমীয়া: অন্যথা উল্লেখ নকৰালৈকে, এই ৱেবছাইটত প্ৰকাশ কৰা সকলো সামগ্ৰী যেনে article, image, graphic আৰু design ৰ মেধাস্বত্ব অধিকাৰ GaadiGuru ৰ। সকলো অধিকাৰ সংৰক্ষিত।
2. User Restrictions / ব্যৱহাৰকাৰীৰ সীমাবদ্ধতা
English: Users are restricted from the following activities:
অসমীয়া: ব্যৱহাৰকাৰীয়ে তলৰ কামসমূহ কৰিব নোৱাৰিব:
- Publishing website content in other media without proper credit.
- Selling, licensing or commercializing any website material.
- Using this website in a way that may damage the website.
- Using this website against applicable laws and regulations.
অসমীয়া ব্যাখ্যা: এই ৱেবছাইটৰ সামগ্ৰী অনুমতি নোলোৱাকৈ কপি কৰা, অন্য ঠাইত প্ৰকাশ কৰা, বিক্ৰী কৰা বা আইন ভংগ কৰি ব্যৱহাৰ কৰা নিষিদ্ধ।
3. Information Accuracy / তথ্যৰ সঠিকতা
English: Information related to vehicle prices, mileage, specifications, insurance, loans and EMI calculations is provided for informational purposes only and may change over time.
অসমীয়া: গাড়ীৰ দাম, mileage, specification, insurance, loan আৰু EMI সম্পৰ্কীয় তথ্যসমূহ কেৱল তথ্যৰ উদ্দেশ্যে প্ৰদান কৰা হয় আৰু সময় অনুসাৰে সলনি হব পাৰে।
4. No Warranties / কোনো নিশ্চয়তা নাই
English: This website is provided “as is”. GaadiGuru does not guarantee the completeness or accuracy of the information available on the website.
অসমীয়া: এই ৱেবছাইট “যিদৰে আছে তিদৰে” প্ৰদান কৰা হৈছে। GaadiGuru ইয়াত থকা তথ্যৰ সম্পূৰ্ণতা বা সঠিকতাৰ কোনো নিশ্চয়তা নিদিয়ে।
5. Limitation of Liability / দায়বদ্ধতাৰ সীমা
English: GaadiGuru will not be responsible for any loss, damage, or inconvenience resulting from the use of the information on this website.
অসমীয়া: এই ৱেবছাইটত থকা তথ্য ব্যৱহাৰৰ ফলত হোৱা কোনো ক্ষতি, লোকচান বা অসুবিধাৰ বাবে GaadiGuru দায়ী নহয়।
6. Changes to Terms / নিয়ম সলনি
English: GaadiGuru may update these Terms and Conditions at any time without prior notice. Users are encouraged to review this page periodically.
অসমীয়া: GaadiGuru যিকোনো সময়ত আগতীয়াকৈ জনোৱা নোহোৱাকৈ এই নিয়মসমূহ সলনি কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে সময়ে সময়ে এই পৃষ্ঠা পৰীক্ষা কৰা উচিত।
7. Contact Us / যোগাযোগ
English: If you have any questions about these Terms and Conditions, please contact us.
অসমীয়া: যদি এই নিয়ম আৰু চৰ্তসমূহ সম্পৰ্কে আপোনাৰ কোনো প্ৰশ্ন থাকে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।